> আজিৰ দিনটোৰ ৰাশিফল। জান আপোনাৰ দিনটো কেনেকৈ যাব। আপোনাৰ শুভ ৰং, শুভ সংখ্যা । - নিয়মীয়া খবৰ

ads5

ads2

adsz

আজিৰ দিনটোৰ ৰাশিফল। জান আপোনাৰ দিনটো কেনেকৈ যাব। আপোনাৰ শুভ ৰং, শুভ সংখ্যা ।

 আজিৰ দিনটোৰ ৰাশিফল



আজি ২৪ ছেপ্টেম্বৰ, আহিন মাহৰ ৭ তাৰিখ, শুকুৰবাৰঃ তিথি- কৃষ্ণা তৃতীয়া, নক্ষত্রঃ অশ্বিনী, যাত্রা নাই : 


মেষ : কৰ্মত উন্নতিৰ যোগ। নিবনুৱাৰ কর্মসংস্থাপন। সংঘাত আঁতৰিব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৪।


বৃষ : কামৰ ব্যস্ততা বাঢ়িব। আর্থিক উন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক। খং কমাওক। বিদ্যাত মধ্যম। শুভ ৰং চাৰি। শুভ সংখ্যা ২


মিথুন : কার্যক্ষেত্ৰত উন্নতি; অৰ্থ লাভৰ যোগ। ভ্ৰমণত মধ্যম। পৰিলে তিতা নাখাব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।


কৰ্কট : ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি। আর্থিক উন্নতি। কর্মব্যস্ততা বৃদ্ধি। খং নকৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।


সিংহ : ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি, হনুমানৰ পূজা কৰিব, আর্থিক উন্নতি। শুভ ৰং কমলা। শুভ সংখ্যা ৪।


কন্যা : কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি। ভ্ৰমণত শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। শত্রু নাশ, শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩। 


তুলা : আত্মনিৰ্ভৰশীল হ'ব পাৰিব। বগলা দেৱীক পূজা কৰক, সংযম ৰক্ষা পৰিব। ভ্ৰমণত মাধম। অর্থ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯। 


বৃশ্চিক : সা-সম্পত্তি ক্রয় কৰিব পাৰিব। শিল্পী কলা-কুশলীৰ। উন্নতি। যান-বাহনৰ পৰা সাৱধান। শুভ ৰং ক্রীম। শুভ সংখ্যা ৬।


ধনু : ধীৰ-স্থিৰ সৌভাগ্যশালী হোৱাৰ যোগ। হনুমান চালিচা পাঠ কৰক। শত্ৰু নাশ। কৰ্মত উন্নতি। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ২।


মকৰ : হতাশা আঁতৰিব। গহীন, ভ্রমণপ্ৰিয়, চিন্তাশীল লোক হিচাপে খ্যাতি। কৰ্মত মধ্যম। প্ৰেমত শুভ। শুভ ৰং মেৰণ, শুভ সংখ্যা ৪।


কুম্ভ : হতাশা আঁতৰিব, সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব। মনত দুশ্চিন্তা নাৰাখিব। শুভ ৰং সোণালী। শুভ সংখ্যা ২। 


মীন : কর্মোন্নতি। বন্ধুৰ পৰা দূৰত থাকক। পুৰণি ৰোগে কষ্ট দিব পাৰে। খৰচ বৃদ্ধি। ভ্ৰমণত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১। 

SeeHere is theComments

Sponsored

close