Search Bar

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ শেষ সকীয়নি। এই সকল লোকক দিয়া হব কঠোৰ শাস্তি।

অপৰাধীৰ বিৰুদ্ধ কঠোৰ হৈ পৰিছে হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰ। 



🔹 অপৰাধীক শেষ সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ। 

🔹 অপৰাধী সকললৈ এই সাৱধানবাণী হিমন্তবিশ্ব শৰ্মাৰ। 

🔹 অসমত অপৰাধজনিত কাম কৰা লোকক আল্টিমেটাম মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ।

🔹 অপৰাধীৰ ওপৰত আৰক্ষীয়ে ল'ব ষ্ট্ৰং একচন।

🔹 সকলো অপৰাধীক সাৱধান হোৱাৰ সকীয়নি হিমন্তবিশ্ব শৰ্মাৰ ।

🔹অপৰাধীক এক্সট্রাঅর্ডিনেৰী ড'জ দিব আৰক্ষীয়ে। 

🔹 মুখ্যমন্ত্ৰীৰ চহী জাল কৰা অপৰাধীকো সকীয়নি মুখ্যমন্ত্ৰীৰ।

🔹এইসকল অপৰাধীয়েও কঠোৰ শাস্তি পাব আৰক্ষীৰ পৰা।

🔹 উল্লেখযোগ্য কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীৰ চহী নকল কৰি আৰক্ষীৰ জালত পৰিছিল কেইজনমান ব্যক্তি।


Related Search

Himanta Biswa Sarma news today

Assam against criminal

Assam daily news

Assamese Daily news

Post a Comment

0 Comments

Sponsored