> আজিৰ দিনটোৰ ৰাশিফল। জানক আপোনাৰ দিনটো কেনে যাব। জানক আজি দিনটোৰ আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা। - নিয়মীয়া খবৰ

ads5

ads2

adsz

আজিৰ দিনটোৰ ৰাশিফল। জানক আপোনাৰ দিনটো কেনে যাব। জানক আজি দিনটোৰ আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা।

 

জ্যোতিষী কিৰো ইয়ঙৰ দৃষ্টিত আজিৰ দিনটোৰ ৰাশিফল। 


আজি ২১ অক্টোবৰ, কাতি মাহৰ ৩ তাৰিখ বৃহস্পতিবাৰঃ তিথি- কৃষ্ণা প্রতিপদ, নক্ষত্রঃ অশ্বিনী, যাত্রাঃ নাই


মেষ : মানসিক অস্থিৰতা দূৰ হ’ব। তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব। যান-বাহন কিনাৰ বাবে চেষ্টা কৰিব পাৰে। শুভ ৰং বগা । শুভ সংখ্যা ২। 


বৃষ: ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। আৰ্থিকত খৰচৰ মাত্ৰা বৃদ্ধি পাব। আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।


মিথুন: সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। প্রতিবেশীৰ লগত সদ্ভাৱ ৰাখিব। বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে। শুভ ৰং বগা। শুভ সংখ্যা ৫। 


কর্কট : কর্মক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে। মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৮। 


সিংহঃ পানী লগা, কাহ আদি ৰোগ হ'ব পাৰে। শৰীৰ মধ্যম। কর্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকর্দমা আদিত সফলতা আহিব। চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।


কন্যাঃ ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। অন্ধবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব। যান-বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। শুভ ৰং ক’লা।


তুলা : কর্মক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰৰ সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব। অংশীদাৰী ব্যৱসায়ত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।


বৃশ্চিক:  আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব। ঘৰুৱা তথা কৰ্মস্থানত বিশেষ আহুকাল নাপাব। পিতৃৰ খুব বেয়া নহয়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩। 


ধনুঃ বৈষয়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কৰ্মস্থানত সামগ্রিক ক্ষেত্ৰত আশাপূর্ণ যোগাযোগ পাব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪। 


মকৰ : দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম। নিকট আত্মীয়ৰ কোনো কথাত চিন্তিত। বিয়া-বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলৰ দূৰ ভ্ৰমণ সফল হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮। 


কুম্ভঃ চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত অশুভ নহ'ব। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন। ৰখাটো বিশেষ দৰকাৰ হ’ব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।


মীন: আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব। মনোবল বৃদ্ধি পাব। নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কর্মক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা। সু-বন্ধু লাভ। প্ৰেমত আহুকাল নাথাকিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

SeeHere is theComments

Sponsored

close