> এই কেইটা সংকেত দেখিলে ঘৰলৈ আই লক্ষ্মীৰ প্ৰবেশ ঘটে : Assamese Fact - নিয়মীয়া খবৰ

ads5

ads2

adsz

এই কেইটা সংকেত দেখিলে ঘৰলৈ আই লক্ষ্মীৰ প্ৰবেশ ঘটে : Assamese Fact

এই কেইটা সংকেত দেখিলে ঘৰলৈ আই লক্ষ্মীৰ প্ৰবেশ ঘটে : Assamese Fact


সকলো ব্যক্তিয়ে জীৱনত ধনী হ'বলৈ আশা কৰে।সকলো ব্যক্তিয়ে বিচাৰে তেওঁ জীৱনত সকলো সুখ সুবিধা লাভ কৰাটো। ( Assamese Fact )
পৃথিৱীৰ এটা অপ্ৰিয় সত্য হ'ল যে যাৰ তাত পইচা আছে তাক সকলোৱে মানে বা তেওঁৰ কথা শুনে। ইয়াৰ বিপৰীতে দুখীয়া মানুহক কোনেও গুৰুত্ব দিব নিবিচাৰে।  সেই কাৰণে মানুহে মহালক্ষ্মীৰ পূজা কৰে। তেওঁৰ পৰা সদায় ধন সম্পত্তি কামনা কৰে।

অৱশ্যে মহালক্ষ্মী সকলোৰে পূজাত সন্তোষ নহয়। মহালক্ষ্মীক সন্তোষ কৰাটো বহুত কঠিন কাম। কিন্তু ইয়াৰ বিপৰীতে যাৰ ওপৰত  মহালক্ষ্মীৰ কৃপা দৃষ্টি পৰে । তেওঁ জীৱনত কেতিয়াও দুখত থাকিব নালাগে। মহালক্ষ্মীয়ে নিজৰ ভক্তৰ পূজাত এদিন নহয় এদিন সন্তোষ হয়। মহালক্ষ্মী যেতিয়া আমাৰ ঘৰলৈ আহে ।অহাৰ আগত কিবা নহয় কিবা সংকেত দিয়ে। যাৰ ফলত আমি জানিব পাৰোঁ যে মহালক্ষ্মী আমাৰ ঘৰত বাস কৰিব। তেতিয়া হ'লে জানো আহঁক কি সেইবোৰ সংকেত আৰু চিন যৰ পৰা আমি জানিব পাৰিম যে,  মহালক্ষ্মীৰ কৃপা দৃষ্টি আমাৰ ওপৰত পৰিছে।

১ঃ বহুত সংখ্যক মানুহে এইটো নাজানে যে জেঠিক  মহালক্ষ্মীৰ এটা ৰূপ বুলি ধৰা হয়।যদি আপোনাৰ ঘৰত একেই ঠাইতে তিনিটা জেঠি দেখা যায় । তেতিয়া এইটো বহুত শুভ সংকেত বুলি ধৰা হয়।এইটো মহালক্ষ্মীৰ আগমনৰ সংকেত । যদি জেঠিয়ে ইটোৱে সিটোৰ পিছে পিছে যায় তেতিয়া এইটো সংকেত পোৱা যায় যে আমাৰ ঘৰলৈ সুখ আৰু উন্নতি আহিব।

দিপাৱলী দিনা তুলসীত জেঠি দেখিলে বহুত শুভ বুলি ধৰা হয় আৰু ব্যক্তিয়ে বহুত ধন সম্পত্তি ঘটিব কৰিব পাৰে। যদি এনেকুৱা ধৰণে আপুনি জেঠি দেখে তেতিয়া চাউল আৰু সেন্দুৰ জেঠিৰ গাত দিব লাগে।  Assamese Fact )


২ঃ ক'লা ৰঙৰ পৰুৱা।
পৰুৱা ৰঙা আৰু ক'লা ৰঙৰ থাকে। ৰঙা ৰঙৰ পৰুৱা ঘৰত থাকিলে অশুভ বুলি কোৱা হয় আৰু ইয়াৰ বিপৰীতে ক'লা ৰঙৰ পৰুৱা বহুত শুভ বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি ক'লা ৰঙৰ পৰুৱাক মহালক্ষ্মীৰ ৰূপ বুলি ধৰা হয়।ঘৰত যদি পৰুৱায়ে গোল আকাৰ কৰি ঘূৰি থাকে তাৰ মানে ঘৰলৈ মহালক্ষ্মীৰ আগমন হ'ব। যদি তেনেদৰে ঘৰত ক'লা ৰঙৰ পৰুৱা দেখে । তেতিয়া তাত সেন্দুৰ আৰু হালধী দিব লাগে আৰু তেওঁলোকক প্ৰমাণ কৰি খাবলৈ আটা আৰু চেনী দিব লাগে।

৩ঃ শংখৰ ধ্বনি যদি আপুনি দিনত নাইবা সন্ধিয়া শুনে। তেতিয়া এইটো বহুত শুভ বুলি ধৰা হয়। ইয়াৰ অৰ্থ এইটো যে মহালক্ষ্মী‌ আপোনাৰ ওপৰত বহুত বেছি সন্তোষ হৈছে । যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা লাহে লাহে নাইকীয়া হ'ব।

৪ঃ আমাৰ সপোনত আমি কিছুমান সংকেত পাওঁ। যাৰ পৰা জানিব পাৰোঁ যে  আমি বহুত বেছি ধনী হ'বলৈ গৈ আছোঁ। এই সংকেতবোৰ হ'ল যদি আপুনি সপোনত কলহ,ঝাৰু,সাপ,নেউল আৰু ফেঁচা দেখে তেতিয়া নিচিন্ত থাকক বহুত সোনকালে আপোনাৰ জীৱনলৈ ধনৰ আগমন হ'ব।


৫ঃ সোঁ হাতৰ তলুৱাখন যদি খজুৱতি উঠি থাকে, সেইটোও ধন প্ৰাপ্তি সংকেত। মহালক্ষ্মী আপোনাৰ পূজাত সন্তোষ হৈ আপোনাৰ মনোকামনা পূৰণ কৰিবলৈ লৈছে।

Related Search
Assamese Fact
Assamese religious news
maa Laxmi signs in home
Vastu tips
Assam Latest news
maa Laxmi tips

DISCLAIMER : The information in this article is for knowledge purposes only. It is important to consult the relevant experts before applying them yourself.

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। www.gistindia.org.in এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

SeeHere is theComments

Sponsored

close