বিদেশী ফল ড্ৰেগন ফ্ৰুট হৈছে বিভিন্ন গুণেৰে ভৰপূৰ, প্ৰধানমন্ত্ৰীয়েও কৰিলে প্ৰশংসা - নিয়মীয়া খবৰ

বিদেশী ফল ড্ৰেগন ফ্ৰুট হৈছে বিভিন্ন গুণেৰে ভৰপূৰ, প্ৰধানমন্ত্ৰীয়েও কৰিলে প্ৰশংসা

Health Tips: বিশ্বায়নৰ এটা উপকাৰো হৈছে যে ভাৰতে নতুন আৰু বিভিন্ন ধৰণৰ ফল-মূল খাবলৈ পাইছে। ইয়াৰ ভিতৰত এভোকেডো, কিউই আদি। ড্ৰেগন ফলকো এইবোৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। এই বিদেশী ফলবিধত শৰীৰটো সুস্থ আৰু ফিট কৰি ৰাখিবলৈ সকলো গুণ আছে। বিশেষ কথাটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ফলৰ শলাগ লৈছে। এই ফল বৰ্তমান ভাৰতৰ বহু ৰাজ্যত …

SeeHere is theComments

Sponsored

close