বহুতে দামী স্মাৰ্টফোন ব্যৱহাৰ কৰি ভাল পায় কিন্তু দামটোৰ বাবেই ঘূৰি আহিব লগা হয়। ফলত বহুতে নিজৰ চখ পূৰণৰ বাবে ছেকেণ্ড হেণ্ড মোবাইল ফোন ক্ৰয় কৰে, কিন্তু ছেকেণ্ড হেণ্ড ফোন কিনাৰ আগতে কেইটামান কথা মনত ৰাখিব লাগিব। অন্যথা আইনী সমস্যাত পৰিবলগীয়া হ’ব পাৰে। প্ৰথমে চেকেণ্ড হেণ্ড মোবাইল ফোন কিনাৰ আগতে ইয়াৰ অৱস্থা চাব লাগিব কোনো …
0 Comments