হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি? জানক ইয়াৰ কাৰণ ! - নিয়মীয়া খবৰ

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি? জানক ইয়াৰ কাৰণ !

Healthy Tips: বহুতে প্ৰায়ে মূৰ ঘূৰোৱাৰ অভিযোগ কৰে। বেছিভাগ মানুহেই ৰাতিপুৱা বা বহি থকা অবস্থাৰ পৰা হঠাৎ থিয় হলে বা শুই উঠাৰ পিছত এই সমস্যা অনুভৱ কৰে। মূৰ ঘূৰোৱাৰ সমস্যাটো সাধাৰণ। কেতিয়াবা শৰীৰত তেজৰ অভাৱৰ বাবেও মূৰ ঘূৰোৱা দেখা যায়, কিন্তু যদি প্ৰতিদিনে বাৰে বাৰে মূৰ ঘূৰোৱা বা ভেৰ্টিগোৰ অভিযোগ হয়, তেন্তে ই কোনো গুৰুতৰ …

SeeHere is theComments

Sponsored

close