Weight Chart: বয়স অনুসৰি আপোনাৰ ওজন কিমান হ’ব লাগে ? নিখুঁত শৰীৰৰ বাবে এই সহজ চাৰ্টখন চাওক - নিয়মীয়া খবৰ

Weight Chart: বয়স অনুসৰি আপোনাৰ ওজন কিমান হ’ব লাগে ? নিখুঁত শৰীৰৰ বাবে এই সহজ চাৰ্টখন চাওক

Correct weight for height: ওজন আমাৰ জীৱনৰ এনেকুৱা এটা কাৰক যিয়ে কেৱল শাৰীৰিক মানসিক চাপ বৃদ্ধি কৰাই নহয় মানসিক চাপও বৃদ্ধি কৰে। অতিৰিক্ত ওজনৰ বাবে আমি সমাজত আনকি আপোনজনৰ মাজতো প্ৰায়ে নিজকে হীনমন্যতা অনুভৱ কৰিব পাৰো। কেৱল মেদবহুল লোকেই নহয়, কম ওজনৰ লোকেও এই মানসিক সমস্যাত ভুগিবলগীয়া হয়। যদি এই সমস্যা মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে, …

SeeHere is theComments

Sponsored

close