বেছিভাগ মানুহেই ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়টো মোবাইলটো গাৰুৰ তলত ৰখা হয় নহলে মুৰৰ শিতানত ৰাখে। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে, ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পিছত ওচৰত ৰাখি টোপনি যায়, কিছুমানে এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে, কিন্তু আপুনি জানেনে যে মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। …
0 Comments