Search Bar

মোবাইলৰ প্ৰতি মানুহৰ আসক্তি দেখি ক্ষোভিত হৈ পৰিছে উদ্ভাৱক, জানক কি কলে উদ্ভাৱকে

মোবাইল অবিহনে এটা মুহূৰ্তও পাৰ কৰিব নোৱাৰি। এতিয়া প্ৰায় সকলো বয়সৰ মানুহেই আজৰি সময়খিনি নিজৰ ম’বাইলতেই কটায়। এইটো এটা নিচা! এই নিচা দেখি মোবাইল ফোনটোৰ আৱিষ্কাৰক আমেৰিকাৰ অভিযন্তা মাৰ্টিন কুপাৰে ক’লে, ‘মানুহে গোটেই দিনটো ফোনটো চাইয়েই সময় কটায়। মই কেতিয়াও ভবা নাছিলো যে এনেকুৱা হ’ব!’ তেওঁ আৰু ক’লে, “কোনোবাই ৰাস্তা পাৰ হওঁতে মোবাইল ফোন চাই …

Post a Comment

0 Comments

Sponsored