> ২৪ অক্টোবৰত হ'ব LP - UP টেট পৰীক্ষা। কোনে কোনে কৰিব পাৰিব আৱেদন? এই পদ্ধতিত হব পৰীক্ষা । - নিয়মীয়া খবৰ

ads5

ads2

adsz

২৪ অক্টোবৰত হ'ব LP - UP টেট পৰীক্ষা। কোনে কোনে কৰিব পাৰিব আৱেদন? এই পদ্ধতিত হব পৰীক্ষা ।

 অসম টেট ২০২১ (Assam TET 2021)



ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহিল এক ভাল খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ প্ৰকাশ কৰিলে শিক্ষকৰ পদৰ বাবে বিশেষ পৰীক্ষাৰ (Teacher Eligibility Test) । ইচ্ছুক প্ৰাৰ্থীয়ে খালী পদ সমূহৰ পৰীক্ষাৰ বাবে আৱেদন কৰোতে ৭ টা জ'নৰ ভিচৰত নিৰ্বাচন কৰিব লাগিব। 

খালী পদ সমূহৰ বাবে শিক্ষাগত অৰ্হতা (Educational Qualification)

🔹 নিম্ন প্ৰাথমিকৰ বাবে (LP TET) - 

প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিকত (HS) অতি কমেও ৫০ শতাংশ নম্বৰসহ উৰ্ত্তীন হব লাগিব। লগতে বি এড বা ডি এল এড (B. Ed or D. El. Ed) কৰাটো বাধ্যতামূলক। 

🔹 উচ্চ প্ৰাথমিকৰ বাবে (For UP TET) - 

প্ৰাৰ্থীসকল স্নাতক (Bachelor Degree), হোৱাটো বাধ্যতামূলক। লগতে দুবছৰীয়া বি এড (B. Ed) বা ডি এল অড (D. El. Ed) ডিগ্ৰী কৰা হব লাগিব। 

🔹 পৰীক্ষাৰ পাঠ্যক্ৰম (Syllabus of Exam) 

প্ৰথম কাকত (Paper I) - বস্তুনিষ্ঠ প্ৰশ্ন- Child Development and Pedalogy, Language (Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Karbi, Hmar), Language II- (English), Mathematics, Environmental Studies.

প্ৰতিটো শিতানত ৩০ নম্বৰকৈ থাকিব আৰু সৰ্বমুঠ ১৩০ নম্বৰৰ পৰীক্ষা হব ।

🔹 যি সকলে উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ'ব (For those who will appear in UP TET) 

তেওঁলোকৰ বাবে দ্বিতীয় কাকত থাকিব (Paper II) -

For Mathematics and Science Teacher: Mathematics and Science- 60 Marks

For Social Studies Teacher- Social Studies-60 Marks.

🔹 আৱেদনৰ প্ৰক্ৰিয়া - অনলাইন (online Mode) 

🔹 আবেদন প্ৰক্ৰিয়া আৰম্ভ (Starting date of Application) - ১৫ ছেপ্তেম্বৰ, ২০২১

🔹 আবেদনৰ অন্তিম তাৰিখ (Last date of Apply) - ২৫ ছেপ্তেম্বৰ, ২০২১

🔹 ই-এডমিট কাৰ্ড ইছ্যু (Date of Admit Card release) - ১০ অক্টোবৰ, ২০২১

🔹 পৰীক্ষাৰ তাৰিখ (Date of Exam) - ২৪ অক্টোবৰ, ২০২১

Related Search

Assam TET

Assam LP TET 2021

Assam UP TET 2021

Assamcareer.com tet 2021 online apply 

SeeHere is theComments

Sponsored

close