প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে অসমত পালন কৰা হব এই সমূহ কাৰ্যসূচী। ব্যস্ত হৈ পৰিছে অসম বিজেপি।
• প্রধানমন্ত্ৰীৰ ৭১সংখ্যক জন্মদিন হিচাপে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই ৭১টা পুখুৰী বা জলাশয় পৰিষ্কাৰ কৰিব।
• মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰত
• ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ বা মন্দিৰত শৰাই দিব বিজেপিয়ে।
• ১০লাখ পোষ্ট কার্ড প্রধানমন্ত্ৰী লৈ প্ৰেৰণ কৰিব,যত তেওঁলৈ লিখা থাকিব শুভেচ্ছাবাণী।
• ১৭তাৰিখে বিশ্বকর্মা পূজা আৰু ১৮ তাৰিখে পথৰ কাষত ৰাখি থোৱা।
• বিশ্বকর্মা মূর্তি বিজেপি কর্মকর্তাই বিসর্জন দিব।
• ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫ হাজাৰ কাৰ্যকৰ্তাই জিলা মুখ্য কাৰ্যালয়ত ৰক্তদান কৰিব।
• ৪২ লাখ কার্যকৰ্তাই নিজৰ ঘৰত বন্তি জলাব।
• জিলা আৰু মণ্ডল পৰ্য্যায়ত স্বাস্থ্য শিবিৰ পাতিব।
Related Search
PM Modis birthday
Pm modi birthday celebration
Assam BJP
Assam political news
0 Comments