Search Bar

কৰুণ দুৰ্ঘটনা! ৰাস নাচিবলৈ গৈ পুনৰ ঘৰলৈ ঘূৰি নাহিল মাম্পী; পিতৃৰ সৈতে গৈ থাকোতে ডাম্পাৰে মহটিয়ালে স্কুটীক।

 কৰুণ দুৰ্ঘটনা! ৰাস নাচিবলৈ গৈ পুনৰ ঘৰলৈ ঘূৰি নাহিল মাম্পী; পিতৃৰ সৈতে গৈ থাকোতে ডাম্পাৰে মহটিয়ালে স্কুটীক।



🔹 ৰাসৰ (Ras Festival) আনন্দ উৎসাহৰ মাজতেই নিশা কামপুৰত এক কৰুণ পথ দুৰ্ঘটনাত (Road Accident)  এগৰাকী গোপীৰ মৃত্যু (Died) য়ে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত । 


🔹 কামপুৰ (Kampur) পাচনিজাৰত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে স্কুটি আৰোহীক।


🔹 পিতৃৰ সৈতে স্কুটিত কামপুৰ তেতেলিসৰাত ৰাস নাচিবলৈ গৈছিল মহগৰীয়াআটিৰ মাম্পী বৰা নামৰ যুৱতী গৰাকী । 


🔹 তীব্ৰবেগী ডাম্পাৰৰ (Dumper) চেপাত থিতাতে নিহত প্ৰাক্তন ছাত্র নেতা মিন্টু বৰাৰ কন্যা মাম্পী বৰা।


🔹 মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।


🔹 ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰসহ চালকৰ পলায়ন। ঘটনাস্থলীত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।


🔹 কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃত ছাত্ৰীগৰাকীক মৰণোত্তৰৰ ব্যৱস্থা কৰি ঘটনা সংঘটিত কৰা চালকজনৰ লগতে ডাম্পাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।


Related Search

Best Insurance for car

Assam news live

Assam breaking news today

best insurance for home

LPG cylinder price today Assam 

Post a Comment

0 Comments

Sponsored