> অতি হৃদয়বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু । - নিয়মীয়া খবৰ

ads5

ads2

adsz

অতি হৃদয়বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু ।

 


🔹 এক হৃদয়বিদাৰক ঘটনা

🔹 ভয়ংকৰ দূৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ 🔹পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

🔹পাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটন

🔹এখন ট্ৰাক আৰু ছুম’ বাহনৰ মাজত সংঘৰ্ষৰ ফলত বাহনত থকা ১০ যাত্ৰীৰ ছজনৰ মৃত্যু

গুৰুতৰভাৱে আহত হয় ৪জন লোক

🔹উল্লেখযোগ্য যে যোৱা বৰ্ষত ৰহস্যজনকভাবে মৃত্যু হৈছিল অভিনেতাজনৰ



Related Search

Assamese Daily news

Assam LPG cylinder price today

Life insurance policy news

best insurance for car

best insurance for home 

SeeHere is theComments

Sponsored

close