> অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ক’লা ল’ৰাৰ মৃত্যু… - নিয়মীয়া খবৰ

ads5

ads2

adsz

অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ক’লা ল’ৰাৰ মৃত্যু…

 অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ক’লা ল’ৰাৰ মৃত্যু



🔹ৰাজ্য কঁপোৱা যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল”ৰাৰ মৃত্যু।


🔹নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাস।


🔹যাৰ ফলত মৃত্যু হয় মূল অভিযুক্ত ক’লা ল’ৰাৰ।


🔹জানিব পৰা মতে, দুৰ্ঘটনাটোত প্ৰথমে আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।


🔹দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।


Related Search

Assamese Daily news

Assam Latest news

Assam breaking news

Assam news live 

SeeHere is theComments

Sponsored

close