Search Bar

আপোনােৰো অনলাইন অৰ্ডাৰত স্মাৰ্টফোনৰ সলনি ওলাব পাৰে চাবোন, কেনেকৈ হাত সাৰিব ?

Online Shopping Scam: ভাৰতত অনলাইন শ্বপিং ভাল পোৱা লোকৰ সংখ্যা বহুত। মানুহে ঘৰৰ প্ৰতিটো সামগ্ৰী আমাজন আৰু ফ্লিপকাৰ্টৰ পৰা পায়। সস্তীয়াৰ নামত মানুহে সামগ্ৰী কিনে, কিন্তু বাকচত আন কিবা ওলালে বহুত কষ্ট হয়। টকাও যায় আৰু সামগ্ৰীও পোৱা নাযায়। এনে বহু ঘটনা ভাৰতত চৰ্চালৈ আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে মুম্বাইৰ বাসিন্দা অশোক ভাম্ভানীয়ে আমাজনৰ পৰা OnePlus …

Post a Comment

0 Comments

Sponsored