Search Bar

সপোনত যদি এইবোৰ দেখিছে, তেন্তে জিলিকি উঠিব আপোনাৰ ভাগ্য

Dream Astrology: মনোবিজ্ঞানত সপোন দেখাটো এটা সাধাৰণ কথা। কিন্তু জ্যোতিষ বিজ্ঞানে সপোনক ভৱিষ্যতৰ লক্ষণৰ সৈতে সংযোগ কৰে। জ্যোতিষৰ মতে, প্ৰতিটো সপোন সঁচা নহয়, কিন্তু ৰাতিপুৱা সূৰ্য্য উদয়ৰ আগতে যদি সপোনটো ব্ৰহ্মমুহুৰ্তত আহে, তেন্তে সেয়া নিশ্চিতভাৱে সঁচা। যদিও মনোবিজ্ঞানে কয় যে বহুবাৰ আমি সেই দিনটোত চিন্তাশীল হৈ থকা চিন্তাবোৰক সপোন হিচাপে চাওঁ, বহু সময়ত মনত পুতি থোৱা …

Post a Comment

0 Comments

Sponsored