মদ্যপানৰ এই নতুন গৱেষণাৰ বিষয়ে জানিলে বহুতে এৰিব মদ্যপান, কি কলে গৱেষকসকলে ? - নিয়মীয়া খবৰ

মদ্যপানৰ এই নতুন গৱেষণাৰ বিষয়ে জানিলে বহুতে এৰিব মদ্যপান, কি কলে গৱেষকসকলে ?

মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সকলো ধৰণৰ সুৰাৰ বটলত এনে সতৰ্কবাণী লিখা থাকে। বহুবাৰ এই কথাও শুনা গৈছে যে সুৰা সেৱনে স্বাস্থ্যৰ কিছু উপকাৰ কৰে। কিন্তু এক নতুন অধ্যয়নে মদ্যপানে স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে বুলি কৰা দাবীক নস্যাৎ কৰিছে। বৰঞ্চ গৱেষকসকলে আগবঢ়োৱা গৱেষণাৰ তথ্য জানিও বহুতে মদ্যপান এৰিবলৈ চেষ্টা কৰিব পাৰে। আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ …

SeeHere is theComments

Sponsored

close