> মাত্ৰ ১৭ হাজাৰ টকাত কিনিব পাৰিব Jio Electric Scooter, অবিশ্বাস্য মাইলেজ আৰু বৈশিষ্ট্যৰ সৈতে - features, tools - নিয়মীয়া খবৰ

ads5

ads2

adsz

মাত্ৰ ১৭ হাজাৰ টকাত কিনিব পাৰিব Jio Electric Scooter, অবিশ্বাস্য মাইলেজ আৰু বৈশিষ্ট্যৰ সৈতে - features, tools

 মাত্ৰ ১৭ হাজাৰ টকাত কিনিব পাৰিব Jio Electric Scooter, অবিশ্বাস্য মাইলেজ আৰু বৈশিষ্ট্যৰ সৈতে



Jio Electric Scooter: সম্প্ৰতি ইন্ধনৰ ব্যয় বেছি হোৱাৰ বাবে ভাৰতৰ সাধাৰণ মানুহে ইলেক্ট্ৰিক গাড়ী বা ইলেক্ট্ৰিক বাইকৰ ফালে ঢাপলি মেলিছে। পৰিয়ালৰ প্ৰয়োজন আৰু সমৰ্থকৰ মতে পৰিয়ালৰ অধিকাংশ সদস্যই ইলেক্ট্ৰিক স্কুটাৰ বা বাইক পৰিয়ালৰ অংশ হিচাপে গ্ৰহণ কৰিছে। বিপুল চাহিদাৰ প্ৰতি ধ্যান ৰাখি ভাৰতৰ বহু কোম্পানীয়ে পৰম্পৰাগত পেট্ৰ’ল গাড়ী উৎপাদনৰ পৰা বৈদ্যুতিক গাড়ী উৎপাদনলৈ স্থানান্তৰিত হৈছে। এইবাৰ ভাৰতৰ সৰ্ববৃহৎ টেলিকমিউনিকেচন কোম্পানীটোৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে সেই তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।


জিঅ’ই অতি শীঘ্ৰে ভাৰতীয় বজাৰত প্ৰথমখন ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰিবলৈ আগবাঢ়িছে। জনা গৈছে যে কোম্পানীটোৱে একেলগে মুকলি কৰিব দুখন ইলেক্ট্ৰিক স্কুটাৰ Jio R আৰু Jio R Pro মডেল। অৱশ্যে ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰাৰ পূৰ্বে অধিক তথ্য পোহৰলৈ আহিছে যিবোৰে আপোনাৰ চকু কপালত তুলিব। জিঅ’ ইলেক্ট্ৰিক স্কুটাৰৰ কিছুমান মহান বৈশিষ্ট্য আজি এই লেখাটোত জানো আহক-


প্ৰথমে Jio Electric Scooter ৰ ৰেঞ্জৰ কথা কওঁ। আপুনি জানি আচৰিত হ’ব যে লিথিয়াম আয়ন বেটাৰীযুক্ত জিঅ’ ইলেক্ট্ৰিক স্কুটাৰখনে এটা চাৰ্জত সৰ্বোচ্চ ৭৫ কিলোমিটাৰ দূৰত্ব গতি কৰিবলৈ সক্ষম। তদুপৰি এই নতুন ইলেক্ট্ৰিক স্কুটাৰখন ভাৰতীয় বজাৰত ১০টা ভিন্ন ৰঙত উপলব্ধ হ’ব বুলি কোম্পানীটোৱে জনাইছে।


Jio Electric Scooter কেনেকৈ কিনিব?

ছ’চিয়েল মিডিয়াত বিভিন্ন সূত্ৰই জনাইছে যে গাড়ীখন ক্ৰয় কৰিবলৈ প্ৰথমে আপুনি জিঅ’ৰ নিজা ৱেবছাইটত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তাৰ পৰা আপোনাক এটা আইডি নম্বৰ দিয়া হ’ব। যাক লগত লৈ ওচৰৰ যিকোনো Jio ডিজিটেল চেণ্টাৰলৈ যাব লাগিব। তাত JIO ৰ বিষয়াসকলে আপোনাৰ কুপন অনুসৰি অৰ্ডাৰ নিশ্চিত কৰিব। ইয়াৰ পিছত এটা নিৰ্দিষ্ট দিনত ঘৰত বহি মাত্ৰ ১৭ হাজাৰ টকাত আপুনি এই গাড়ীখন লাভ কৰিব।


Related search

jio electric scooter

jio scooter in guwahati

price in assam

SeeHere is theComments

Sponsored

close