> আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ দৈনিক ৰাশিফল চাৱক। - নিয়মীয়া খবৰ

ads5

ads2

adsz

আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ দৈনিক ৰাশিফল চাৱক।

 আজিৰ দিনটোৰ ৰাশিফল



আজি ২৩ ছেপ্টেম্বৰ, আহিন মাহৰ ৬ তাৰিখ মঙলবাৰ! তিথি- কৃষ্ণা দ্বিতীয়া, নক্ষত্রঃ ৰেৱতী, যাত্রাও নাই।


মেষ - ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাবধান হ'ব। অধ্যয়নত মনোনিবেশ কৰা বাঞ্ছনীয়। বিয়া-বাৰুৰ কথাত আগনবঢ়াই ভাল।


বৃষ - পৈতৃক সম্পত্তি সম্পৰ্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্ৰেমত সাৱধান হ'ব। স্বাস্থ্য মধ্যমীয়া।


মিথুন: মানসিক অশাস্তিত ভুগিব পাৰে। বিবাহত সমস্যাৰ সম্মুখীন হ’ব। কর্মত নতুন পৰিকল্পনাৰ আবশ্যক। চাকৰিয়ালৰ শুভ।


কর্কট: অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। প্ৰেমত নতুন প্রস্তাব আহিব। অধ্যয়নত নিৰুৎসাহ হোৱাৰ যোগ।


সিংহ : পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায়ভিত্তিক উত্থান পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰস্তাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত আনন্দ। বিদ্যাত সাফল্য।


কন্যা : পিতৃ - মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সন্মুখীন হ'ব পাৰে। পঢ়া শুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্রতি দায়িত্ব বাঢ়িব।


তুলা : মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ  ভালেই যাব। ছাত্র-ছাত্রীসকলৰ বাবে দিনটো শুভ। মনোবল ৰাখিব। 


বৃশ্চিক : সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব। কর্মক্ষেত্ৰত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা শুভ। প্রেমত বাধা।


ধনু : বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ'বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা। প্রেমত আনন্দ প্রাপ্তি।


মকৰ :  চাকৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ চলা ভাল। আর্থিক দিশত উন্নতি লাভ কৰিব। বিবাহৰ যোগাযোগ। প্ৰেমত মধ্যম


কুম্ভ: চাকৰিত সাফল্য লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ।


মীন: বেপাৰ-বাণিজ্যত জড়িতসকলৰ সৰু-সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। প্রেমত আনন্দ। বিদ্যাত বাধা।


Related Search 


আজিৰ ৰাশিফল 

Today's horoscope in assamese 

Assamese horoscope 


SeeHere is theComments

Sponsored

close