Difference between ‘TTE and TC’: বহু লোকে ৰেলযোগে (ভাৰতীয় ৰেলৱে) যাত্ৰা কৰাটো পছন্দ কৰে সেয়া দীৰ্ঘ দূৰত্বৰ যাত্ৰা হওক বা সুখদায়ক যাত্ৰা হওক। এই প্ৰেমৰ মাজতো মানুহৰ মাজত এক ভয়। প্ৰিমিয়াম হওক বা মেইল এক্সপ্ৰেছ হওক, ক’লা ক’ৰ্ট পিন্ধা মানুহ দেখিলে সকলোৱে অলপ থতমত খায় বুলি কোৱা বাহুল্য। কিন্তু বহুতে ভাবে যে টিটিই বা টিচিয়েই …
0 Comments